অসমৰ জ্বলন্ত সমস্যা বাদ দি মিয়া ৰাজনীতিত ব্যস্ত হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে মাত মাতিছে,মাত মাতিব ৰাইজৰ পক্ষত থাকি। নিবনুৱা সমস্যা,মূল্য বৃদ্ধি,শিক্ষা বিষয়কলৈ সৰৱ গৌৰৱ গগৈ ।
এইবাৰ অসমত এটাই মাত্ৰ নাম গৌৰৱ গগৈ। চাৰিওফালে গৌৰৱ গগৈ।
Zubeen forever
এখন অসমৰ সপোন, য’ত প্ৰতিগৰাকী নাগৰিকৰ নিজৰ মাটি, নিজৰ ঘৰ, নিজৰ পৰিচয় থাকিব। অসমৰ বাবে আৰম্ভ হৈছে এক নতুন দিগন্ত, নাম যাৰ – ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ
কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰা হ'ব।
AIMIM=BJP
India’s Most Corrupt CM
Aimim=BJP #assam #bjp #election
Assam is united
অসমৰ ৰাইজ প্ৰলোভনৰ লগত নহয় উন্নয়ন লগত আছে। গৌৰৱ গগৈ উন্নয়নৰ আন এক নাম।
এই ৰাজনীতি মানি লোৱা নহয়।
Assam is united
২০২৬ লৈ জনতাই এতিয়া তেওঁলোকক উত্তৰ দিব।
প্ৰগতিশীল অসম গঢ়া আমাৰ লক্ষ্য।

About us

Amar Gaurav is a people-centric platform dedicated to highlighting the voices, aspirations, and achievements of Assam. Our mission is to bring forward the issues that matter, celebrate the pride of our state, and create a meaningful connection between citizens and public representatives.

We believe in transparency, truth, and development-driven communication. Through authentic stories, updates, and public engagement, Amar Gaurav aims to build a more informed and empowered Assam

Contact us

Email id

admin@amargaurav.com

Mobile no :

+91-8889384926

Address

Kamakhya Road, Guwahati, Assam 781001